
লখিমপুৰ, ২৯ মে (হি.স.):হাৰমতীত চাঞ্চল্য। ঈদৰ আনন্দ উল্লাসৰ মাজতে নিশা হাৰমতীত এজনী হিন্দু কিশোৰীক নিষিদ্ধ মাংস খুৱাৱলৈ জোৰ দি ৰঙা ঘৰৰ আলহী এজন।হাৰমতী আৰক্ষীয়ে ২ নং পাৰ্ৱতীপুৰৰ অঞ্চলৰ পৰা আটক কৰে আইশ্বাক হুছেইন(২৭)নামৰ লোকজনক ৷ লালুক ৪ নং ধৰ্মপুৰৰ মকবুল হ’কৰ পুত্ৰক যোৱা নিশা প্ৰায় ১০ মান বজাত ১.৫ কেজি নিষিদ্ধ মাংসসহ উদ্বাৰ কৰে ৷
হাৰমতী আৰক্ষীয়ে স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ দুজনী কিশোৰী ক উদ্ধাৰ কৰি লখিমপুৰৰ চাইল্ড লাইনলৈ প্ৰেৰণ কৰিছে ৷ইতিমধ্যে হাৰমতী আৰক্ষীয়ে গোচৰ ৰজু কৰি অপৰাধিক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ