নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত যুৱ সমাৰোহ
লক্ষীমপুৰ, ২৮ মে (হি.স.)। নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত যুৱ সমাৰোহ। শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ ৪৮০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ কলাতীৰ্থত অনুষ্ঠিত হয় যুৱ সমাৰোহ। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে কামাখ্যা প্ৰসাদ
নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত যুৱ সমাৰোহ


লক্ষীমপুৰ, ২৮ মে (হি.স.)। নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত যুৱ সমাৰোহ। শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ ৪৮০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ কলাতীৰ্থত অনুষ্ঠিত হয় যুৱ সমাৰোহ। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে কামাখ্যা প্ৰসাদ তাচা, সাংবাদিক পৰাগমণি আদিত্য, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

বিহপুৰীয়া সমষ্টিৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় এক সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানতে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰি যথেষ্ট পৰিমাণে উপকৃত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande