অসম বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ
গুৱাহাটী, ২৮ মে’ (হি.স.)। অসম বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ কৰা হৈছে । বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তৎকালিন ভাবে কাৰ্যকৰী হোৱাকৈ অপসাৰণৰ নিৰ্দেশ জাৰি কৰে । উল্লেখ্য় যে ২০২৪ৰ জানুৱাৰীতে অৱসৰৰ দিন আছিল দুলাল পেগুৰ । অসম বিধানসভাৰ পুৰ্বৰ
অসম বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ


গুৱাহাটী, ২৮ মে’ (হি.স.)। অসম বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ কৰা হৈছে । বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তৎকালিন ভাবে কাৰ্যকৰী হোৱাকৈ অপসাৰণৰ নিৰ্দেশ জাৰি কৰে ।

উল্লেখ্য় যে ২০২৪ৰ জানুৱাৰীতে অৱসৰৰ দিন আছিল দুলাল পেগুৰ । অসম বিধানসভাৰ পুৰ্বৰ অধ্যক্ষ গৰাকীয়ে কেইবাবাৰো চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল ।

অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰঞ্জিত কুমাৰ দাসে সচিব দুলাল পেগুক অপসাৰণ কৰি প্ৰথমটো দৃঢ় পদক্ষেপ গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande