জাগীৰোডত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত দুজন
মৰিগাঁও, ২৮ মে (হি.স.)। ঈদৰ দিনাই জাগীৰোডত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত দুজন। নিহত লোকজনক ঝাৰগাঁৱৰ হাফজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰ ভাবে আহত জনক জাগীৰোডৰ নখোলা
ঈদৰ দিনাই জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা


ঈদৰ দিনাই জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা


মৰিগাঁও, ২৮ মে (হি.স.)। ঈদৰ দিনাই জাগীৰোডত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত দুজন। নিহত লোকজনক ঝাৰগাঁৱৰ হাফজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰ ভাবে আহত জনক জাগীৰোডৰ নখোলা গাৱঁৰ ভাস্কৰ ডেকা বুলি চিনাক্ত কৰা হৈছে।

গুৰুতৰ ভাবে আহত ভাস্কৰ ডেকাক গুৱাহাটীলৈ প্ৰেৰণ। আন এগৰাকী আহত ধৰমতুলৰ আলিচিঙা গাৱঁৰ নাৰগিচ চুলতানা।

এএছ ২১জে ৩৮৩৫ নম্বৰৰ বাইক আৰুএএছ ২১এম ৫৮৯৪ নম্বৰৰ স্কুটিৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। নিহত হাফজুৰ ৰহমান আৰু আহত নাৰগিচ চুলতানা সম্পৰ্কত পতি-পত্নী

আলিচিঙাৰ পৰা ঝাৰগাঁওলৈ যোৱাৰ পথত জাগীৰোড ৰেল অভাৰব্ৰীজত সংঘটিত হয় দুৰ্ঘটনাটো।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande