কোকৰাঝাৰত অস্বাভাবিক মৃত্যু হোৱা দুইগৰাকী কিশোৰী ছাত্ৰীৰ পৰিয়ালক আৰ্থিক সাহায্য় প্ৰদান মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
চিৰাং, ২৮ মে (হি.স.)। মন্ত্ৰীত্ব পোৱাৰ পিছতে প্ৰথম বাৰলৈ বিটিচিত মন্ত্ৰী ৰামেশ্বৰ তেলী। চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ অতিথিশালাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত অস্বাভাবি
কোকৰাঝাৰত অস্বাভাবিক মৃত্যু হোৱা দুইগৰাকী কিশোৰী ছাত্ৰীৰ পৰিয়ালক আৰ্থিক সাহায্য় প্ৰদান মন্ত্ৰী ৰামেশ্বৰ তেলীৰ


চিৰাং, ২৮ মে (হি.স.)। মন্ত্ৰীত্ব পোৱাৰ পিছতে প্ৰথম বাৰলৈ বিটিচিত মন্ত্ৰী ৰামেশ্বৰ তেলী।

চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ অতিথিশালাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য মন্ত্ৰী ৰামেশ্বৰ তেলীৰ।

কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত অস্বাভাবিক মৃত্যু হোৱা দুইগৰাকী কিশোৰী ছাত্ৰীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ উদ্দেশ্য আহিছে মন্ত্ৰী গৰাকী।

আৰ্থিক সাহাস্য প্ৰদান কৰিব মৃত্যু হোৱা দুইগৰাকী কিশোৰী ছাত্ৰীৰ পৰিয়ালক।

সংবাদ মাধ্য়মৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী গৰাকী উল্লেখ কৰে

অসমত ইউচিচি বলবৎ হলে সকলো আইনমতে হব।

তিনিটা বিভাগৰ কাম আগবাঢ়ি আছে।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

আজি মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে আছে স্থানীয় বাউখুংগ্ৰী সমষ্টিৰ বিপিএফ দলৰ বিধায়ক ৰূপম কুমাৰ ৰায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande