নগাঁওৰ আউনীআটীত ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড, চোৰে লুটি নিয়ে নামঘৰৰ দানপাত্ৰ
নগাঁও, ২৭ মে (হি.স.)। নগাঁওৰ আউনীআটীত ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড, চোৰে লুটি নিয়ে নামঘৰৰ দানপাত্ৰ। এইবাৰ চোৰৰ শেনচকু ধৰ্মীয় অনুষ্ঠানত। আউনীআটী বৰ নামঘৰত নিশা সংঘটিত হয় এই চুৰিকাণ্ড । নামঘৰৰ গেট ভাঙি চোৰে নামঘৰত প্ৰৱেশ কৰি দানপাত্ৰৰ ধন লুটি নিয়াৰ
নগাঁওৰ আউনীআটীত ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড, চোৰে লুটি নিয়ে নামঘৰৰ দানপাত্ৰ


নগাঁও, ২৭ মে (হি.স.)। নগাঁওৰ আউনীআটীত ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড, চোৰে লুটি নিয়ে নামঘৰৰ দানপাত্ৰ।

এইবাৰ চোৰৰ শেনচকু ধৰ্মীয় অনুষ্ঠানত। আউনীআটী বৰ নামঘৰত নিশা সংঘটিত হয় এই চুৰিকাণ্ড । নামঘৰৰ গেট ভাঙি চোৰে নামঘৰত প্ৰৱেশ কৰি দানপাত্ৰৰ ধন লুটি নিয়াৰ লগতে নামঘৰৰ থাপনাৰ লগতে সামগ্ৰী লণ্ড-ভণ্ড কৰি থৈ যায় দুৰ্বৃত্তই।

আনহাতে নামঘৰৰ মূল সিংহাসন আৰু পুথি লণ্ডভণ্ড কৰি সিংহাসন ভৰিৰে গচকাত যথেষ্ট আঘাট পাইছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande