
চৰাইদেউ, ২৭ মে (হি.স.)। সোণাৰিৰ কানু চাহ বাগিচাৰ ফেক্টৰীত অঘটন।
চি টি চি মেচিনত হাত সোমাল শ্ৰমিকৰ।শ্ৰমিক জনৰ নাম দেবা ৰাওতিয়া (২৫)বুলি জানিব পৰা গৈছে।ফেক্টৰীত কৰ্মৰত অৱস্থাতে গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত দেবাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা