
বঙাইগাঁও, ২৭ মে (হি.স.)। কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্র ঈদ-উল -আজহা ।
চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোগীঘোপাৰ বিভিন্ন জামে-মছজিদ আৰু ঈদগাহ কমিটিয়ে গো ধনক কোৰবানি পৰিহাৰ কৰাৰ পিছত ব্যাপক ভিৰ বাঢ়িছে ছাগলীৰ বজাৰত।
যোগীঘোপাৰ বালাপাৰা আৰু কাবাইটাৰীত চাহিদা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বজাৰত ছাগলীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা