ধাৰাষাৰ বৰষুণৰ ফলত খাৰুৱা বান্ধা আৰক্ষী চকী জলমগ্ন
মানকাচৰ, ২৭ মে (হি.স.)। নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত খাৰুৱা বান্ধা আৰক্ষী চকী জলমগ্ন। আৰক্ষী চকীলৈ অহা-যোৱা কৰাত অসুবিধা সাধাৰণ ৰাইজৰ লগতে আৰক্ষী বিষয়া সকলৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত খাৰুৱা বান্ধা আৰক্ষী চকীৰ লগতে আৰক্
ধাৰাষাৰ বৰষুণৰ ফলত খাৰুৱা বান্ধা আৰক্ষী চকী জলমগ্ন


মানকাচৰ, ২৭ মে (হি.স.)। নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত খাৰুৱা বান্ধা আৰক্ষী চকী জলমগ্ন।

আৰক্ষী চকীলৈ অহা-যোৱা কৰাত অসুবিধা সাধাৰণ ৰাইজৰ লগতে আৰক্ষী বিষয়া সকলৰ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত খাৰুৱা বান্ধা আৰক্ষী চকীৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলে থকা আবাসস্থলী সমুহ বৰ্তমান জলমগ্ন।

ইয়া দীৰ্ঘদিনীয়া সমস্যা কাৰণ পানী নিষ্কাশনৰ বাবে কোনো ধৰণৰ নলা নথকাৰ বাবে বৰষুণ হ'লেই এনেধৰণৰ কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া হয় খাৰুৱা বান্ধা আৰক্ষী বিষয়াৰ লগতে সাধাৰণ ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande