শোণিতপুৰৰ বালিপৰাত এইবাৰ ঈদত গৰু কোৰবানী নিষিদ্ধ ঘোষণা
শোণিতপুৰ, ২৭ মে (হি.স.)। শোণিতপুৰৰ বালিপৰাত এইবাৰ ঈদত গৰু কোৰবানী নিষিদ্ধ ঘোষণা । অহা কালি মুছলমান ধৰ্মীয় লোকসকলে পালন কৰিব ঈদ। ঈদৰ প্ৰাকক্ষণত শোণিতপুৰৰ বালিপৰাত গৰু কোৰবানী নিষিদ্ধ ঘোষণা কৰা হ''ল।।বালিপৰা মছজিদ কমিটিয়ে ললে এই সিদ্ধান্ত। কমিটিৰ
শোণিতপুৰৰ বালিপৰাত এইবাৰ ঈদত গৰু কোৰবানী নিষিদ্ধ ঘোষণা


শোণিতপুৰ, ২৭ মে (হি.স.)। শোণিতপুৰৰ বালিপৰাত এইবাৰ ঈদত গৰু কোৰবানী নিষিদ্ধ ঘোষণা ।

অহা কালি মুছলমান ধৰ্মীয় লোকসকলে পালন কৰিব ঈদ। ঈদৰ প্ৰাকক্ষণত শোণিতপুৰৰ বালিপৰাত গৰু কোৰবানী নিষিদ্ধ ঘোষণা কৰা হ'ল।।বালিপৰা মছজিদ কমিটিয়ে ললে এই সিদ্ধান্ত। কমিটিৰ সিদ্ধান্ত মৰ্মে বালিপৰা অঞ্চলত চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সহাৰি জনাই সকলো মুচলিম সম্প্ৰদায়ৰ লোকক গৰু কোৰবানী দিয়াৰ সলনি ছাগলী কোৰবানী দিয়াৰ বাবে আহ্বান জনাইছে।লগতে ইয়াকো উল্লেখ কৰে যে গৰু কোৰবানী দিব লাগে বুলি কোনো নিয়ম নাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande