হাজোৰ ২নং শৌলমাৰী পুঠিমাৰী নদীৰ পাৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ
কামৰূপ, ২৭মে (হি.স.)। হাজোৰ ২নং শৌলমাৰীৰ পুঠিমাৰী নদীত এটি মৃতদেহ উদ্ধাৰ। হাজোৰ ২নং শৌলমাৰী পুঠিমাৰী নদীৰ পাৰত উদ্ধাৰ হয় এটি অচিনাক্ত পুৰুষৰ মৃতদেহ। আনুমানিক বয়স ৩০ বছৰ মান হব। মৃত ব্যক্তি গৰাকীৰ পিন্ধনত জিনছ পেন্ট আৰু টি চাৰ্ট। পেন্টৰ পকেট
হাজোৰ ২নং শৌলমাৰী পুঠিমাৰী নদীৰ পাৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ


কামৰূপ, ২৭মে (হি.স.)। হাজোৰ ২নং শৌলমাৰীৰ পুঠিমাৰী নদীত এটি মৃতদেহ উদ্ধাৰ।

হাজোৰ ২নং শৌলমাৰী পুঠিমাৰী নদীৰ পাৰত উদ্ধাৰ হয় এটি অচিনাক্ত পুৰুষৰ মৃতদেহ।

আনুমানিক বয়স ৩০ বছৰ মান হব। মৃত ব্যক্তি গৰাকীৰ পিন্ধনত জিনছ পেন্ট আৰু টি চাৰ্ট।

পেন্টৰ পকেটৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ।

ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বৰ্তমানলৈ মৃতব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰক্ষালৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande