পেঙেৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ
তিনিচুকীয়া, ২৭ মে (হি.স.)। পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুগং পথাৰত ৰহস্য জনক মৃত্যু। জানমনি চাংমাই মাউত নামৰ মহিলা গৰাকীক যৌতুকৰ বাবে হত্যা কৰি আত্মহত্যা ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ। মৃত মহিলা গৰাকীৰ স্বামী বিনন্দ মাউতে যৌতুকৰ বাবে কৰি আহিছিল অত্যাচ
পেঙেৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ


তিনিচুকীয়া, ২৭ মে (হি.স.)।

পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুগং পথাৰত ৰহস্য জনক মৃত্যু।

জানমনি চাংমাই মাউত নামৰ মহিলা গৰাকীক যৌতুকৰ বাবে হত্যা কৰি আত্মহত্যা ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ।

মৃত মহিলা গৰাকীৰ স্বামী বিনন্দ মাউতে যৌতুকৰ বাবে কৰি আহিছিল অত্যাচাৰ ।

জানমনি চাংমাই মাউতৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত আটক কৰিছে বিনন্দ মাউতক পেঙেৰী আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande