বিহালীৰ বাঘমাৰীত ইছলামধৰ্মীয় লোকসকলৰ এইবাৰ ঈদত গৰু কোৰবানীৰ পৰা বিৰত থাকিবলৈ আহ্বান
বিহালীৰ বাঘমাৰীত ইছলামধৰ্মীয় লোকসকল এইবাৰ ঈদত গৰু কোৰবানীৰ পৰা বিৰত থাকিবলৈ সংবাদমেলত মুছলিম সমাজৰ আহ্বান।
বিহালীৰ বাঘমাৰীত ইছলামধৰ্মীয় লোকসকলৰ এইবাৰ ঈদত গৰু কোৰবানীৰ পৰা বিৰত থাকিবলৈ আহ্বান


বিশ্বনাথ, ২৬ মে’ (হি.স.): বিশ্বনাথ জিলাৰ বিহালীৰ বাঘমাৰীত ইছলামধৰ্মীয় লোকসকলক এইবাৰ ঈদত গৰু কোৰবানীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। যোৱাকালি সোমবাৰে বিয়লি এক সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনায় মুছলিম সমাজে।

এইবাৰ গো-ধন কুৰবানী দিয়াৰ পৰা বিৰত থাকি মূখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাবলৈ ওলাই আহিল । বিহালীৰ বৃহত্তৰ বাঘমাৰী ইছলামধৰ্মীয় লোকসকল । এইবাৰ ঈদত গৰু কোৰবানীৰ পৰা বিৰত থাকিব বাঘমাৰীৰ লগতে বৰজাৰনী গাঁৱৰ মুছলিম সমাজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande