নগাঁও কঢ়ালীগাঁৱত খহি পৰিল নৱনিৰ্মিত শিৱমন্দিৰ
নগাঁও, ২৫ মে (হি.স.)। নগাঁও কঢ়ালীগাঁৱত খহি পৰিল নৱনিৰ্মিত শিৱমন্দিৰ। নগাঁও কলং সুঁতিৰ গৰাখহনীয়াত জাহ গ''ল প্ৰায় দুবছৰৰ আগতে নিৰ্মাণ কৰা এই শিৱ মন্দিৰটি।কলঙৰ গৰাখহনীয়াই খহাই লৈ গ''ল থাপনা থকা মূল মন্দিৰ ভাগৰ লগতে মূল মণ্ডপ ,পকী বেৰ। কলংৰ কাষতে
নগাঁও কঢ়ালীগাঁৱত খহি পৰিল নৱনিৰ্মিত শিৱমন্দিৰ


নগাঁও, ২৫ মে (হি.স.)। নগাঁও কঢ়ালীগাঁৱত খহি পৰিল নৱনিৰ্মিত শিৱমন্দিৰ।

নগাঁও কলং সুঁতিৰ গৰাখহনীয়াত জাহ গ'ল প্ৰায় দুবছৰৰ আগতে নিৰ্মাণ কৰা এই শিৱ মন্দিৰটি।কলঙৰ গৰাখহনীয়াই খহাই লৈ গ'ল থাপনা থকা মূল মন্দিৰ ভাগৰ লগতে মূল মণ্ডপ ,পকী বেৰ। কলংৰ কাষতে ৰূপহী উন্নয়ন খণ্ডৰ অন্তৰ্গত গটঙা গাওঁ পঞ্চায়তে প্ৰায় ১৬,৯৯,০০০ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল এই মন্দিৰটো।উন্নত মানদণ্ডৰ গাৰ্ড ৱাল নিৰ্মাণ নকৰাৰ ফলতেই মন্দিৰটো খহি পৰাৰ সন্দেহ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande