
কাছাৰ, ২৫ মে (হি.স.)। কাছাৰৰ লক্ষীপুৰত সাতটা গৰু জব্দ।
ঈদুজ্বাহা
উৎসবৰ পুৰ্বে কাছাৰৰ লক্ষীপুৰত সাতটাকৈ গৰু জব্দ l অবৈধভাবে প্রতিবেশী ৰাজ্য মণিপুৰৰ পৰা কাছাৰ লৈ সৰবৰাহৰ সময়ত লক্ষীপুৰত বজৰঙ দলে জব্দ কৰে গৰু কেইটা l
গৰু জব্দ কৰি বজৰং দলে গৰু কেইটা পিচত লক্ষীপুৰ থানাৰ আৰক্ষীক চমজাই দিয়ে। এই সংক্ৰান্তত লক্ষীপুৰ থানাতএখন এজাহাৰ দাখিল কৰি গৰু বেপাৰী সকলৰ বিৰুদ্ধে ব্যবস্থা লোৱাৰ বাবে আৰক্ষীক দাবী জনায় বজৰঙৰ কৰ্মী সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা