পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ
শোণিতপুৰ, ২৫ মে (হি.স.)। পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বালিপৰাৰ চাহ বাগিচাৰ মুন ভুমিজ নামৰ যুৱকে জনে বাংগালুৰুলৈ বুলি কাম কৰিবলৈ গৈছিল যদিও আধাৰাষ্টাতে ট্ৰেইনৰ পৰা পৰি মৃত্যু ঘটে। মুন ভুমিজৰ মৃতেদহ আনিবৰ বা
পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ


শোণিতপুৰ, ২৫ মে (হি.স.)। পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।

শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বালিপৰাৰ চাহ বাগিচাৰ মুন ভুমিজ নামৰ যুৱকে জনে বাংগালুৰুলৈ বুলি কাম কৰিবলৈ গৈছিল যদিও আধাৰাষ্টাতে ট্ৰেইনৰ পৰা পৰি মৃত্যু ঘটে। মুন ভুমিজৰ মৃতেদহ আনিবৰ বাবে আৰ্থিক সংকটত ভুগি থকা পৰিয়ালটোক সকাহ দিলে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে। বিধায়ক গৰাকীয়ে মুন ভুমিজৰ মৃতদেহ অনাৰ ব্যৱস্থা কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande