যিকোনো সময়তে বন্ধ কৰিব পাৰে বৰাকৰ লাইফ লাইন
কাছাৰ, ২৫ মে (হি.স.):ৰাষ্ট্ৰীয় ঘাইপথ আজি ৰাষ্ট্ৰীয় আতংক। ক’ব পাৰি যে কাতিগড়া আতংক নগৰলৈ ৰূপান্তৰিত হৈছে। বৰাকৰ লাইফলাইন ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ যিকোনো সময়তে বনধ হই পৰিব। ৰাস্তাত পুখুৰী নিচান গাত ইয়াৰ মাজতে মৃত্যুৰ আশংকাত মালবাহী ট্ৰাক আরু ছুপা
যিকোনো সময়তে বন্ধ কৰিব পাৰে বৰাকৰ লাইফ লাইন


কাছাৰ, ২৫ মে (হি.স.):ৰাষ্ট্ৰীয় ঘাইপথ আজি ৰাষ্ট্ৰীয় আতংক। ক’ব পাৰি যে কাতিগড়া আতংক নগৰলৈ ৰূপান্তৰিত হৈছে। বৰাকৰ লাইফলাইন ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ যিকোনো সময়তে বনধ হই পৰিব।

ৰাস্তাত পুখুৰী নিচান গাত ইয়াৰ মাজতে মৃত্যুৰ আশংকাত মালবাহী ট্ৰাক আরু ছুপাৰ বাছ চলি আছে, আৰু সৰু সৰু বাহনবোৰ প্ৰায় বন্ধ হৈ পৰিছে। বদৰপুৰ ঘাটৰ পৰা মালিদাহাৰলৈ যোৱা পথটোৰ অৱস্থাই দুখজনক স্তৰ অতিক্ৰম কৰিছে। ৰাস্তাৰ এটা গাঁত এটা পুখুৰীৰ আকৃতি লৈছে। এই পুখুৰী সদৃশ গাঁতটোত গাড়ী এখন আবদ্ধ হৈ পৰিলে বহু টাইমলৈ ৰাস্তাটো বিচ্ছিন্ন হৈ পৰে। বৰাক-ব্ৰহ্মপুত্ৰৰ যোগাযোগ ব্যৱস্থা যিকোনো সময়তে বিচ্ছিন্ন হ’ব পাৰে। কিন্তু ইয়াৰ বাবে বিভাগটো ত আছেই কুম্ভ নিদ্ৰাত বৰাকর তিনিখন জিলা প্ৰশাসন।কাটিগড়ার পরা সুপ্রিয় দত্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande