মৈৰাবাৰীৰ গৰীয়াবৰীত পথৰ দাতিত মৃত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
মৰিগাও, ২৫ মে (হি.স.)। মৈৰাবাৰীৰ গৰীয়াবৰীত পথৰ দাতিত মৃত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। চিকিৎসালয়ৰ পেলনীয়া বাকচত ভৰাই পেলাই থৈ গল নৱজাতকৰ মৃতদেহটো। কোনো পাশান মাতৃৰ অবৈধ সম্পৰ্কৰ পৰিণতিৰ ফল ভুগিলে নৱজাতক শিশুটোৱে। ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ ন
মৈৰাবাৰীৰ গৰীয়াবৰীত পথৰ দাতিত মৃত নৱজাতকৰ মৃতদেহ উদ্ধাৰ


মৰিগাও, ২৫ মে (হি.স.)। মৈৰাবাৰীৰ গৰীয়াবৰীত পথৰ দাতিত মৃত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

চিকিৎসালয়ৰ পেলনীয়া বাকচত ভৰাই পেলাই থৈ গল নৱজাতকৰ মৃতদেহটো।

কোনো পাশান মাতৃৰ অবৈধ সম্পৰ্কৰ পৰিণতিৰ ফল ভুগিলে নৱজাতক শিশুটোৱে।

ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ নৱজাতকটোক উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

এনেদৰে গৰিয়াবড়ী গাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ঘটনাটোক মৈৰাবাৰী আৰক্ষীয়ে উচিত তদন্ত কৰি অপৰাধিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande