নলবাৰীত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী দেশো শ্বেৰিং টাবগে
নলবাৰী, ২৫ মে (হি.স.)। নলবাৰীত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী দেশো শ্বেৰিং টাবগে। হঠাৎ আহি নলবাৰীত উপস্থিত হল ভূটানৰ প্ৰধানমন্ত্ৰী গৰাকী। নলবাৰী কনভেনচন চেন্টাৰত ভুটানৰ প্ৰধানমন্ত্ৰীক আদৰণি জনায় নলবাৰীৰ জেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে। ভুটান
নলবাৰীত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী দেশো শ্বেৰিং টাবগে


নলবাৰী, ২৫ মে (হি.স.)। নলবাৰীত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী দেশো শ্বেৰিং টাবগে।

হঠাৎ আহি নলবাৰীত উপস্থিত হল ভূটানৰ প্ৰধানমন্ত্ৰী গৰাকী।

নলবাৰী কনভেনচন চেন্টাৰত ভুটানৰ প্ৰধানমন্ত্ৰীক আদৰণি জনায় নলবাৰীৰ জেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে।

ভুটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে নলবাৰীত উপস্থিত হয় ডি আই জি বিবেকৰাজ সিং।

অতীজৰে পৰা ভাৰতৰ চুবুৰীয়া দেশ অসমৰ সীমান্তবৰ্তী ভুটানৰ সৈতে বেপাৰ বানিজ্য আহ যাহ অব্য়াহত আছে ।ভৌগলিক ভাবে অসমৰ সীমান্তবৰ্তী হোৱা বাবে চিকিৎসা আৰু আন অত্য়াৱশ্য়কীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ভুটানৰ সাধাৰণ ৰাইজ ,চৰকাৰৰ বিষয়ববীয়া সকল সঘনে অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande