নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন
নগাঁও, ২৫ মে (হি.স.)। নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন । নগাঁৱৰ পৰা বটদ্ৰৱা অভিমুখে অহা তীব্ৰবেগী ছুইফট ডিজায়াৰে শান্তিজানত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ খালত সোমাই। এই দুৰ্ঘটনাত নিহত হয় ইমদাদুল ইছলাম নামৰ এজন যুৱক।
নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন


নগাঁও, ২৫ মে (হি.স.)। নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন । নগাঁৱৰ পৰা বটদ্ৰৱা অভিমুখে অহা তীব্ৰবেগী ছুইফট ডিজায়াৰে শান্তিজানত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ খালত সোমাই।

এই দুৰ্ঘটনাত নিহত হয় ইমদাদুল ইছলাম নামৰ এজন যুৱক। ২৬ বছৰীয়া ইমদাদুল ইছলামৰ ঘৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত।

গুৰুত্বৰভাবে আহত ফৈইজুল ইছলাম (২১), নুৰ আলম (২৮), আছিফ আহমেদ (১৬) আৰু আনচাৰুল হুছেইনক (১৮) বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বটদ্ৰৱা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ০২ এ বি ৯৩৯৪ নম্বৰৰ গাড়ীখন উদ্ধাৰ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande