গুৱাহাটী ছয়মাইল উৰণীয়া সেতুৰ তলত ছুৰিকাঘাটত আহত যুৱক
গুৱাহাটী, ২৪ মে’ (হি.স.)। গুৱাহাটী ছয়মাইল উৰণীয়া সেতুৰ তলত আজি হঠাৎ দুজনৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা । ধনৰ লেনদেনক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত দীৰ্ঘদিনৰ পৰা সংঘাট অব্যাহত আছিল বুলি জানিব পৰা গৈছে । মাৰপিটৰ ঘটনাৰ মাজতে বিলাসীপাৰাৰ আব্দুল মতলেৱ নামৰ
গুৱাহাটী ছয়মাইল উৰণীয়া সেতুৰ তলত ছুৰিকাঘাটত আহত যুৱক


গুৱাহাটী, ২৪ মে’ (হি.স.)। গুৱাহাটী ছয়মাইল উৰণীয়া সেতুৰ তলত আজি হঠাৎ দুজনৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা । ধনৰ লেনদেনক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত দীৰ্ঘদিনৰ পৰা সংঘাট অব্যাহত আছিল বুলি জানিব পৰা গৈছে ।

মাৰপিটৰ ঘটনাৰ মাজতে বিলাসীপাৰাৰ আব্দুল মতলেৱ নামৰ যুৱক গৰাকী পাঞ্জাবাৰীৰ বিনিত কুমাৰ ৰায়ক চুৰিকাঘাট কৰি গুৰুতৰভাবে আহত কৰে । পিছত ওচৰ পাজৰৰ ৰাইজ গোট খাই আব্দুল মতলেৱক কৌশলেৰে আটক কৰি আৰক্ষীক গতাই দিয়ে। আহত বিনিত কুমাৰ ৰায়ক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande