ফকিৰগঞ্জত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
মানকাচৰ, ২৪ মে (হি.স.)। ফকিৰগঞ্জত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ।ফকিৰগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। ফকিৰগঞ্জ আৰক্ষীয়ে জব্দ কৰে
ফকিৰগঞ্জত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ


মানকাচৰ, ২৪ মে (হি.স.)। ফকিৰগঞ্জত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ।ফকিৰগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। ফকিৰগঞ্জ আৰক্ষীয়ে জব্দ কৰে মেকডৱেল ৩৫০ এম এল ১৩ টা, মেকডৱেল ১৪৮ এম এল ৫০ টা, ব্লেন্ডাৰ্ছ প্ৰাইড ১৮০ এম এল ৪ টা, লনিক হোৱাইট ১৮০ এম এল ৩৭ টা, কিংফিছাৰ কেন বি ৫০০ এম এল ৫২ টা আৰু কিংফিছাৰ ষ্টং বিয়েৰ ৬৫০ এম এল ২৬ টা। উল্লেখ্য যে জব্দকৃত সুৰা সমুহ বৰ্তমান ফকিৰগঞ্জ আৰক্ষী থানাত আছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande