আই আই টি গুৱাহাটীত আয়োজিত চাণ্ডেজ অৱ চাইকেল শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী ৰক্সা নিখিল খাদছেৰ
গুৱাহাটী, ২৪ মে (হি.স.)। আই আই টি গুৱাহাটীত কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী ৰক্সা নিখিল খাদছে । চাইক্লিঙ কৰি ফিট ইণ্ডিয়াৰ শ্লোগান কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ । আজি স্পৰ্ট অথৰিটি অৱ ইণ্ডিয়া ৰ উদ্যোগত আয়োজিত চাণ্ডেজ অৱ চাইকেল (Sunday''s of
আই আই টি গুৱাহাটীত আয়োজিত চাণ্ডেজ অৱ চাইকেল শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী ৰক্সা নিখিল খাদছেৰ


গুৱাহাটী, ২৪ মে (হি.স.)। আই আই টি গুৱাহাটীত কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী ৰক্সা নিখিল খাদছে ।

চাইক্লিঙ কৰি ফিট ইণ্ডিয়াৰ শ্লোগান কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ।

আজি স্পৰ্ট অথৰিটি অৱ ইণ্ডিয়া ৰ উদ্যোগত আয়োজিত চাণ্ডেজ অৱ চাইকেল (Sunday's of Cycle) শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

২০৩০ বৰ্ষত ভাৰতত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমচ(Commanweath games) ৰ প্ৰস্তুতিৰ অংশ হিচাপে অনুষ্ঠিত হয় এই চাইকেল ৰেলী ।

এই চাইকেল ৰেলী শুভাৰম্ভণি কৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক মন্ত্ৰী মন্ত্ৰী ৰক্সা নিখিল খাদছ য়ে উন্নত ভাৰত নিৰ্মাণৰ বাবে সকলোৱে সুস্থ থাকিব লাগিব বুলিও উল্লেখ কৰে।

প্ৰায় ৩৫০ জন চাইক্লিষ্টয়ে অংশগ্ৰহণ কৰা এই চাইকেল ৰেলীত আই আই টি গুৱাহাটীৰ সঞ্চালক দেবেন্দ্ৰ জালিহালো উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande