গোসাঁইগাঁৱত হিন্দু ধৰ্মক লৈ সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা এজনক গ্ৰেপ্তাৰ
গোসাঁইগাঁৱত হিন্দু ধৰ্মক লৈ সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰি এজন গ্ৰেপ্তাৰ।
গোসাঁইগাঁৱত হিন্দু ধৰ্মক লৈ সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা এজনক গ্ৰেপ্তাৰ


কোকৰাঝাৰ, ২৩ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত যোৱা কালি শুকুৰবাৰে বিয়লি হিন্দু ধৰ্মক লৈ সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । হিন্দু ধর্মৰ ওপৰত অশোভনীয় মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ কৰি ৰঙা ঘৰৰ আলহী হয় যুৱক জন ।

যুৱকজন গোসাঁইগাঁও থানাৰ ভদেয়াগুৰি গাঁৱৰ ছাইফুল শেখ বুলি পৰিচয় পোৱা গৈছে । গোসাঁইগাঁও থানাৰ আৰক্ষী যুৱকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । উল্লেখ্য় যে যুৱকজনৰ বিৰুদ্ধে হিন্দু দল সংগঠনে দিছিল গোচৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande