শিৱসাগৰত সদৌ শিৱসাগৰ জিলা অনুসূচীত ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী
শিৱসাগৰ, ২২ মে (হি.স.)। শিৱসাগৰত সদৌ শিৱসাগৰ জিলা অনুসূচীত ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী। ইন্ধনজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ প্ৰতিবাদত শাসকীয় বি জে পি চৰকাৰৰ বিৰুদ্ধ
শিৱসাগৰত সদৌ শিৱসাগৰ জিলা অনুসূচীত ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী


শিৱসাগৰ, ২২ মে (হি.স.)। শিৱসাগৰত সদৌ শিৱসাগৰ জিলা অনুসূচীত ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী।

ইন্ধনজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ প্ৰতিবাদত শাসকীয় বি জে পি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হায় হায়,হিমন্ত বিশ্ব শৰ্মা হায় হায় শ্লোগানেৰে শিৱসাগৰ দ'ল মুখ চাৰিআলি উত্তাল কৰি তোলে।

মধ্য প্ৰাচ্যৰ যুদ্ধৰ দোহাই দি জনসাধাৰণক চৰকাৰে অৰ্থনৈতিক সংকটৰ দিশলৈ ঠেলি দিয়া কাৰ্য্য কোনোপধ্যে গ্ৰহণ যোগ্য নহয় বুলি হুংকাৰ সংগঠনটোৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande