দৰঙৰ খাৰুপেটীয়াত কৰ্তব্যৰত আৰক্ষীক মহতিয়ালে দ্ৰুতবেগী ট্ৰাকে
দৰঙৰ খাৰুপেটীয়াত কৰ্তব্যৰত আৰক্ষীক মহতিয়াই নিলে দ্ৰুতবেগী ট্ৰাকে।
দৰঙৰ খাৰুপেটীয়াত কৰ্তব্যৰত আৰক্ষীক মহতিয়ালে দ্ৰুতবেগী ট্ৰাকে


দৰং, ২২ মে’ (হি.স.): দৰঙৰ খাৰুপেটীয়াত যোৱা কালি বৃহস্পতিবাৰে এক অঘটন সংঘটিত হয়। বিয়লি কৰ্তব্যৰত আৰক্ষীক মহতিয়াই নিলে দ্ৰুতবেগী ট্ৰাক এখনে । খাৰুপেটীয়া চাৰিআলিৰ টেফিক পইটত এই অঘটন ঘটে ।

চাৰিআলি টোত দায়িত্বত থকা টেফিক পুলিচ শংসদৰ শইকীয়াক খুন্দিয়াই পলায়ন কৰে ট্ৰাকখন । ট্টাকখন বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে।আৰক্ষী লেঞ্চনায়ক জনক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande