মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ
শিৱসাগৰ, ২২ মে (হি.স.)। মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ। অনুসূচিত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি l বিভিন্ন শ্লোগান দ্বাৰা পৰিবেশ উত্তাল কৰি
মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ


শিৱসাগৰ, ২২ মে (হি.স.)। মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ।

অনুসূচিত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি l

বিভিন্ন শ্লোগান দ্বাৰা পৰিবেশ উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande