মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তীব্ৰ প্ৰতিবাদ
ধুবুৰী, ২০ মে’ (হি.স.)। বজাৰত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য জুই ছাই । মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিবাদী কাৰ্য্যসূচ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তীব্ৰ প্ৰতিবাদ


ধুবুৰী, ২০ মে’ (হি.স.)। বজাৰত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য জুই ছাই ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ।

পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিবাদী কাৰ্য্যসূচী ।

হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ সংগঠনটোৰ সদস্য সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, মুল্য বৃদ্ধি হ্ৰাস কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande