লালুকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
লখিমপুৰ, ২০ মে (হি.স.)। লালুকত লালুক আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰিছে ৷ আজি লালুকত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
লালুকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ


লখিমপুৰ, ২০ মে (হি.স.)। লালুকত লালুক আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰিছে ৷

আজি লালুকত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। আৰক্ষীয়ে প্ৰতিবাদ স্থলীত উপস্থিত হৈ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande