গোৱালপাৰাৰ মাদ্ৰাছাৰ প্ৰধান শিক্ষক ৰ জঘণ্য় কাণ্ড
গোৱালপাৰা, ২০ মে (হি.স.)। গোৱালপাৰাৰ এখন মাদ্ৰাছাৰ প্ৰধান শিক্ষকে সংঘটিত কৰিছে এক জঘণ্য় কাণ্ড। পশ্চিম গোৱালপাৰাৰ বগুৱান সোণাহাৰাৰ দাৰুন উলুম তোহিদুল ইছলাম মাদ্ৰাছাত সংঘটিত হৈছে এই জঘন্য কাণ্ড । মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক মনোৱাৰ হুছেইনে ছাত্ৰ এ
গোৱালপাৰাৰ মাদ্ৰাছাৰ প্ৰধান শিক্ষক ৰ জঘণ্য় কাণ্ড


গোৱালপাৰা, ২০ মে (হি.স.)। গোৱালপাৰাৰ এখন মাদ্ৰাছাৰ প্ৰধান শিক্ষকে সংঘটিত কৰিছে এক জঘণ্য় কাণ্ড। পশ্চিম গোৱালপাৰাৰ বগুৱান সোণাহাৰাৰ দাৰুন উলুম তোহিদুল

ইছলাম মাদ্ৰাছাত সংঘটিত হৈছে এই জঘন্য কাণ্ড ।

মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক মনোৱাৰ হুছেইনে ছাত্ৰ এজনক চলালে যৌন নিৰ্যাতন ৷ এই ঘটনাৰ খবৰ লাভ কৰি ছাত্ৰসকলৰ অভিভাৱকে খঙত অগ্নিশৰ্মা হৈ পৰে আৰু শিক্ষকগৰাকীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে। পিছত বগুৱান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষক গৰাকীক । অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰাই একাংশ ছাত্ৰৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande