চাপৰৰ খুটাপাৰাত অবৈধ লাল মাটি খননৰ বিৰুদ্ধে বহলপুৰ বন বিভাগৰ অভিযান
ধুবুৰী, ২০ মে (হি.স.)। চাপৰৰ খুটাপাৰাত অবৈধ লাল মাটি খননৰ বিৰুদ্ধে বহলপুৰ বন বিভাগৰ অভিযান। অভিযানত জব্দ লাল মাটি খননত ব্যৱহৃত জেচিবি আৰু ট্ৰেক্টৰ। উল্লেখ্য যে চাপৰৰ খুটাপাৰাত একাংশ দুষ্ট চক্ৰই অবৈধ ভাবে চলাই আছে লাল মাটি খনন। মাটি খননৰ উম
চাপৰৰ খুটাপাৰাত অবৈধ লাল মাটি খননৰ বিৰুদ্ধে বহলপুৰ বন বিভাগৰ অভিযান


ধুবুৰী, ২০ মে (হি.স.)। চাপৰৰ খুটাপাৰাত অবৈধ লাল মাটি খননৰ বিৰুদ্ধে বহলপুৰ বন বিভাগৰ অভিযান।

অভিযানত জব্দ লাল মাটি খননত ব্যৱহৃত জেচিবি আৰু ট্ৰেক্টৰ।

উল্লেখ্য যে চাপৰৰ খুটাপাৰাত একাংশ দুষ্ট চক্ৰই অবৈধ ভাবে চলাই আছে লাল মাটি খনন।

মাটি খননৰ উমান পাই বহলপুৰ বন বিভাগে চলায় অভিযান আৰু লালমাটি খননত ব্যৱহৃত জেচিবি আৰু মাটি কঢ়িওৱাৰ বাবে ব্যৱহৃত ট্ৰেক্টৰ জব্দ কৰে।

জব্দকৃত জেচিবি খনৰ নম্বৰ হৈছে এ এছ ১৯ ইউ ৪৬৫৯ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande