
কোকৰাঝাৰ, ১৯ মে (হি.স.)। পৰ্বতঝোৰাত চি এম ভিজিলেন্স ৰ অভিযান।
অভিযানত আটক পৰ্বতঝোৰাৰ ডিএফঅ অভিনাশ বসুমতাৰী।
উৎকোচ লোৱাৰ সময়ত হাতে লোটে আটক কৰে বিষয়া গৰাকীক।
ঠিকাদাৰ পৰা বিল মুকুলি কৰি দিয়াৰ নামত উৎকোচ লৈছিল ডিএফঅ অভিনাশ বসুমতাৰীয়ে।
ইতিমধ্যে ডিএফঅ গৰাকীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা