পেট্ৰল ডিজেলৰমূল্য বৃদ্ধিৰ ফলত পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি
মৰিগাঁও, ১৯ মে (হি.স.)। পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ ভাৰতত। ভাৰতৰ তৈল বজাৰত ইয়াৰ প্ৰভাৱ বেছি পৰিছে। যাৰ ফলত জনসাধাৰণৰ মাজত হাহাঁকাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। সৰ্বসাধাৰণ জনতাৰ মুৰত ৰাম টাঙোন পৰিছে। যোৱা নিশাৰ পৰা আকৌ বৃদ্ধি পালে
পেট্ৰল ডিজেলৰমূল্য বৃদ্ধিৰ ফলত পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি


মৰিগাঁও, ১৯ মে (হি.স.)। পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ ভাৰতত। ভাৰতৰ তৈল বজাৰত ইয়াৰ প্ৰভাৱ বেছি পৰিছে। যাৰ ফলত জনসাধাৰণৰ মাজত হাহাঁকাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।

সৰ্বসাধাৰণ জনতাৰ মুৰত ৰাম টাঙোন পৰিছে। যোৱা নিশাৰ পৰা আকৌ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য ৯০ পইছাকৈ বৃদ্ধি হৈছে । পেট্ৰল ডিজেলৰমূল্য বৃদ্ধিৰ ফলত আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।পিয়াজ নহৰুৰ লগতে কচমেটিক সামগ্ৰীৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। ৰন্ধন গেছৰ তীব্ৰ নাটনি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande