
শ্ৰীভূমি, ১৯ মে’ (হি.স.)। শ্ৰীভূমি জিলাৰ ব্রাহ্মণ শাসন সংলগ্ন লাঠিৰঘাট এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । ভূমিস্খলনৰ ঘটনাত আহত হয় এটি শিশু । পুৱা ৪ বজাত মান্না মহন্ত নামৰ লোকজনৰ ঘৰৰ ওপৰত বাগৰি পৰে মাটি ।
জানিব পৰামতে, ভূমিস্ফলনৰ ফলত ঘৰত শুই থকা লোক উপৰত আহি পৰে ৰঙা মাটি । ভূমিস্খলনত কোনো প্ৰাণহানি নহ'লেও এটি শিশু আহত হয় বুলি জানিব পৰা গৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু