নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ক'কালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে
নগাঁও, ১৯ মে (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ক''কালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে। ইতিমধ্যে লোকসভা সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত ৰূপহীহাটৰ জুৰীয়াত উপনিৰ্বাচন কেন্দ্ৰিক বিশাল দলীয় কৰ্মী সভা আয়োজন কৰিলে শাসকীয় বিজেপি দলে।
নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ক'কালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে


নগাঁও, ১৯ মে (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ক'কালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে।

ইতিমধ্যে লোকসভা সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত ৰূপহীহাটৰ জুৰীয়াত উপনিৰ্বাচন কেন্দ্ৰিক বিশাল দলীয় কৰ্মী সভা আয়োজন কৰিলে শাসকীয় বিজেপি দলে।

দলীয় কৰ্মী সভাত অংশগ্ৰহণ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা তথা বিধায়ক পিয়ুষ হাজৰিকাৰ। ইফালে

সংখ্যালঘু ৰাইজে এইবাৰ বুজিব , কংগ্ৰেছক ভোট দি লাভ নাই বুলি মন্তব্য পিয়ুষ হাজৰিকাৰ।

অসমত ২০ ,৩০ বছৰলৈ কংগ্ৰেছ ক্ষমতালৈ অহাৰ কোনো আশা নাই

যিদৰে এ আই ইউ ডি এফ ক ভোট দিয়াটো ভুল বুলি উপলব্ধি কৰিছে সেইদৰে কংগ্ৰেছকো ভোট দিয়াটো ভুল বুলি সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব বুলি মন্তব্য পিয়ুষ হাজৰিকাৰ।

এইবাৰ উপনিৰ্বাচনত ৰূপহী ,ধিঙৰ ৰাইজে বিজেপিক ভোট দিব বুলি আশাবাদী পিয়ুষ হাজৰিকা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande