চাপৰত চম্পাৱতী নৈত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি
ধুবুৰী, ১৯ মে (হি.স.)। চাপৰত শোকাৱহ ঘটনা। চম্পাৱতী নৈত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি। যুৱক জন ৫ নং ৱাৰ্ডৰ আবু চালাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বন্ধুবৰ্গৰ সৈতে চম্পাৱতী নৈত গা ধুবলৈ গৈছিল। প্ৰথম অৱস্থাত যুৱকজন পানীত উঠি যায় পিছলৈ
চাপৰত চম্পাৱতী নৈত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি


ধুবুৰী, ১৯ মে (হি.স.)। চাপৰত শোকাৱহ ঘটনা।

চম্পাৱতী নৈত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি।

যুৱক জন ৫ নং ৱাৰ্ডৰ আবু চালাম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বন্ধুবৰ্গৰ সৈতে চম্পাৱতী নৈত গা ধুবলৈ গৈছিল।

প্ৰথম অৱস্থাত যুৱকজন পানীত উঠি যায় পিছলৈ বহু সময় সন্ধানহীন হৈ থাকে যদিও অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয়।

যুৱকজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande