জামুগুৰিহাটত তিনিটা গভাইত বাইক চোৰ গেপ্তাৰ
শোণিতপুৰ, ১৮ মে (হি.স.)। জামুগুৰিহাটত তিনিটা গভাইত বাইক চোৰ গেপ্তাৰ। আটাইকেইটা চোৰক জেল হাজোতলৈ প্ৰেৰণ। জামুগুৰিহাট আৰক্ষীয়ে গেপ্তাৰ কৰিছে তিনিটাকৈ গভাইত বাইক চোৰ। আৰক্ষীয়ে আটক কৰা গভাইত চোৰ তিনিটা হ''ল ৰিকি আহমেদ, ৰিকু বৰা আৰু বিশাল হাজৰি
জামুগুৰিহাটত তিনিটা গভাইত বাইক চোৰ গেপ্তাৰ


শোণিতপুৰ, ১৮ মে (হি.স.)। জামুগুৰিহাটত তিনিটা গভাইত বাইক চোৰ গেপ্তাৰ। আটাইকেইটা চোৰক জেল হাজোতলৈ প্ৰেৰণ।

জামুগুৰিহাট আৰক্ষীয়ে গেপ্তাৰ কৰিছে তিনিটাকৈ গভাইত বাইক চোৰ। আৰক্ষীয়ে আটক কৰা গভাইত চোৰ তিনিটা হ'ল ৰিকি আহমেদ, ৰিকু বৰা আৰু বিশাল হাজৰিকা। জামুগুৰিহাট চতিয়াৰ বিভিন্ন স্থানৰ পৰা বাইক চুৰ কৰি এই চক্ৰটোৱে বাংলাদেশলৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande