
কোকৰাঝাৰ, ১৮ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত নিশা চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায়। অভিযানত কাঠৰ কুণ্ডা ভৰ্তি দুখন বাহন জব্দ আৰক্ষীয়ে।।
খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীৰ এই অভিযান।শুকানঝোৰা আৰু ভালুকঝোৰাৰ পৰা জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহন দুখন ।বন্যদস্যুয়ে বনাঞ্চলৰ মূল্যবান কাঠ সমূহ কাটি সৰবৰাহ কৰতেই এই অভিযান।বনকৰ্মী অহাৰ উমান পাই বন দস্যুৰ পলায়ন।জব্দকৃত বাহন দুখনৰ নম্বৰ হৈছে এ এছ ১৭ বি ৯৩৩৭ , এ এছ ১৬ চি ০৮৮৭ চোৰাং কাঠ ভৰ্তি বাহন খন জব্দ কৰি তদন্ত অব্যাহত বন বিভাগৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ