চাপৰত ধুমুহা বৰষুণৰ তাণ্ডৱ
ধুবুৰী, ১৮ মে (হি.স.)। চাপৰত নিশা ধুমুহা বৰষুণে চলালে তাণ্ডৱ। ডাঙৰ ডাঙৰ গছ-গছনি উভালি পৰিল যাত্ৰীবাহী বাছ, টেম্পোৰ ওপৰত । কথমপিহে প্ৰাণ ৰক্ষা যাত্ৰীৰ। পথৰ ওপৰত গছ বাগৰি পৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে। চাপৰৰ মাজমজিয়াত ক
চাপৰত ধুমুহা বৰষুণৰ তাণ্ডৱ


ধুবুৰী, ১৮ মে (হি.স.)। চাপৰত নিশা ধুমুহা বৰষুণে চলালে তাণ্ডৱ। ডাঙৰ ডাঙৰ গছ-গছনি উভালি পৰিল যাত্ৰীবাহী বাছ, টেম্পোৰ ওপৰত ।

কথমপিহে প্ৰাণ ৰক্ষা যাত্ৰীৰ। পথৰ ওপৰত গছ বাগৰি পৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে।

চাপৰৰ মাজমজিয়াত কেইবা কিলোমিটাৰ জুৰি যান-জঁটৰ সৃষ্টি হৈছে।” “ধুমুহাৰ লগত অহা প্ৰচণ্ড শিলাবৃষ্টিয়ে ঘৰ-দুৱাৰ,শস্য আৰু বহু বাহনৰ ক্ষতি*সাধন কৰিছে। স্থানীয় ৰাইজে জনোৱা মতে,বিগত কেইবাবছৰৰ ভিতৰত এয়া সৰ্বাধিক প্ৰচণ্ড ধুমুহা।

“বহু অঞ্চলত বিদ্যুৎ খুঁটা আৰু তাঁৰ ছিঙি পৰাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে।

চাপৰ প্ৰশাসন*ৰ দলে ইতিমধ্যে গছ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে, কিন্তু কোনো খবৰ অহা নাই যদিও ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাসকলে বিকল্প পথ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande