বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলত চুৰিকাণ্ড সংঘটিত
বজালী, ১৮ মে (হি.স.)। বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলত চুৰিকাণ্ড সংঘটিত। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা চিলিং ফেন চুৰি কৰি লৈ গ''ল চোৰে | দৰ্জাৰ হেণ্ডেল ভাঙি শ্ৰেণীকোঠাৰ পৰা আঠখনকৈ চিলিং ফেন লৈ উধাও হ''ল চোৰ | আনহাতে চুৰি কৰিব আহি গুটখাৰ পিকেৰে
বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলত চুৰিকাণ্ড সংঘটিত


বজালী, ১৮ মে (হি.স.)। বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলত চুৰিকাণ্ড সংঘটিত। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা চিলিং ফেন চুৰি কৰি লৈ গ'ল চোৰে |

দৰ্জাৰ হেণ্ডেল ভাঙি শ্ৰেণীকোঠাৰ পৰা আঠখনকৈ চিলিং ফেন লৈ উধাও হ'ল চোৰ | আনহাতে চুৰি কৰিব আহি গুটখাৰ পিকেৰেও লেতেৰা কৰিলে শ্ৰেণীকোঠা |

পূৰ্বতেও বিদ্যালয়খনত চোৰে সংঘটিত কৰিছিল চুৰি কাণ্ড |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande