দৰঙৰ ধূলাত এজন বাংলাদেশী নাগৰিক আটক
দৰং, ১৮ মে (হি.স.)। দৰঙৰ ধূলাত এজন বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে। বাংলাদেশৰ বড়িশাল জিলাৰ মচীনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰক (৩২) আটক ধূলা আৰক্ষীৰ। অসমত কেনেকৈ আৰু কেতিয়া প্ৰৱেশ কৰিলে আৰু ধূলাত কি উদ্দেশ্য ৰে আহিছিল মহম্মদ জাকিৰ তাকে
দৰঙৰ ধূলাত এজন বাংলাদেশী নাগৰিক আটক


দৰং, ১৮ মে (হি.স.)। দৰঙৰ ধূলাত এজন বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে।

বাংলাদেশৰ বড়িশাল জিলাৰ মচীনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰক (৩২) আটক ধূলা আৰক্ষীৰ।

অসমত কেনেকৈ আৰু কেতিয়া প্ৰৱেশ কৰিলে আৰু ধূলাত কি উদ্দেশ্য ৰে আহিছিল মহম্মদ জাকিৰ তাকে লৈ অনুসন্ধান অব্যাহত ৰাখিছে ধূলা আৰক্ষী।

লোকজনে সন্দেহজনকভাৱে ঘূৰা ফুৰা কৰি থকাত সন্দেহৱশত আৰক্ষীয়ে লোকজনক আটক কৰি সোধপোছ চলোৱাত এইটো নিশ্চিত হয় যে লোকজন বাংলাদেশৰ নাগৰিক। অধিক তথ্যৰ বাবে এতিয়া বাংলাদেশী লোকজনক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande