চলন্ত অটোৰ পৰা সৰি পৰি শিশুৰ মৃত্য়ু
গোৱালপাৰা, ১৮ মে (হি.স.)। গোৱালপাৰাত আন এক মৰ্মান্তিক ঘটনা । অটোৰ পৰা পৰি নিহত এটি পাঁচ বছৰীয়া শিশু । শিশুটিৰ নাম ছামিনুল ৰহমান । গোৱালপাৰা চহৰৰ ভালুকডুবী সংঘটিত হয় এই ঘটনা । চলন্ত অটোৰ সৰি পৰিছিল শিশু সহ মাতৃ । ফলত দুয়ো গুৰুতৰ ভাৱে আহত হোৱাত
চলন্ত অটোৰ পৰা সৰি পৰি শিশুৰ মৃত্য়ু


গোৱালপাৰা, ১৮ মে (হি.স.)। গোৱালপাৰাত আন এক মৰ্মান্তিক ঘটনা । অটোৰ পৰা পৰি নিহত এটি পাঁচ বছৰীয়া শিশু । শিশুটিৰ নাম ছামিনুল ৰহমান । গোৱালপাৰা চহৰৰ ভালুকডুবী সংঘটিত হয় এই ঘটনা ।

চলন্ত অটোৰ সৰি পৰিছিল শিশু সহ মাতৃ । ফলত দুয়ো গুৰুতৰ ভাৱে আহত হোৱাত শিশুটিক গোৱালপাৰা চহৰৰ চেভেন চিষ্টাৰ হস্পিতালত ভৰ্তি কৰোৱাৰ বিপৰীতে মাতৃ গৰাকীক শ্বহীদ নিধানুৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুৰ্ভাগ্যজনক ভাবে শিশুটিৰ মৃত্যু হয়।।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande