সমাজিক মাধ্যমত চিনাকি হৈ দিল্লীৰ প্ৰৱঞ্চকৰ ভয়ংকৰ কাণ্ড
সমাজিক মাধ্যমত চিনাকি হৈ দিল্লীৰ প্ৰৱঞ্চকৰ ভয়ংকৰ কাণ্ড।
সমাজিক মাধ্যমত চিনাকি হৈ দিল্লীৰ প্ৰৱঞ্চকৰ ভয়ংকৰ কাণ্ড


বঙাইগাঁও, ১৮ মে’ (হি.স.): সমাজিক মাধ্যমত চিনাকি হৈ দিল্লীৰ প্ৰৱঞ্চকে সংঘটিত কৰা ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে । তিনিজনকৈ যুৱকে দিল্লীলৈ নিছিল ডিফুৰ ২ ছাত্ৰীক । কামৰ প্ৰলোভনদি লৈ গৈছিল প্ৰৱঞ্চকে ।

অৱশেষত ডিফু আৰক্ষীৰ তৎপৰতাত বঙাইগাওঁ আৰক্ষীৰ সহযোগত বঙাইগাঁও ৰে’ল ষ্টেছনত উদ্ধাৰ কৰা হয় ২ ছাত্ৰী। লগতে বঙাইগাঁও আৰক্ষীয়ে আটক কৰে ৩ প্ৰৱঞ্চকক । আটকাধীন দিল্লীৰ তিনি প্ৰৱঞ্চক ক্ৰমে ৰমেন যাদৱ, ৰোশন বঞ্চল আৰু ৰোহিত নেবেইৰিয়া বুলি পৰিচয় পোৱা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande