শিৱসাগৰ বলিয়াঘাটৰ এগৰাকী মহিলাই ফুলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন
শিৱসাগৰ, ১৭ মে (হি.স.)। শিৱসাগৰ কোঁৱৰপুৰ বলিয়াঘাটৰ এগৰাকী মহিলাই ফুলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন। বলিয়াঘাটৰ নিবাসী ববিতা দত্ত নামৰ মহিলা গৰাকীয়ে নিজেই মাটি চহাই নাৰ্জি ফুলৰ বাগিচা গঢ়ি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ঘৰৰ পৰ
শিৱসাগৰ বলিয়াঘাটৰ এগৰাকী মহিলাই ফুলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন


শিৱসাগৰ, ১৭ মে (হি.স.)। শিৱসাগৰ কোঁৱৰপুৰ বলিয়াঘাটৰ এগৰাকী মহিলাই ফুলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন। বলিয়াঘাটৰ নিবাসী ববিতা দত্ত নামৰ মহিলা গৰাকীয়ে নিজেই মাটি চহাই নাৰ্জি ফুলৰ বাগিচা গঢ়ি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ঘৰৰ পৰাই জিলা খনৰ ভিন্ন প্ৰান্তত হোৱা পূজা, বিয়া আদিলৈ ববিতাই যোগান ধৰে ফুল।

এই কৰ্মত নিয়োজিত কৰি অত্যন্ত সুখী বুলিও ব্যক্ত কৰিছে মহিলা গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande