সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসক সম্বৰ্ধনা
গুৱাহাটী, ১৭ মে (হি.স.)। সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসৰ সম্বৰ্ধনা অনুষ্ঠান সোণাপুৰৰ বালিগেট স্থিত ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰত নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে
সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসৰ সম্বৰ্ধনা অনুষ্ঠান


সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসৰ সম্বৰ্ধনা অনুষ্ঠান


গুৱাহাটী, ১৭ মে (হি.স.)। সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসৰ সম্বৰ্ধনা অনুষ্ঠান

সোণাপুৰৰ বালিগেট স্থিত ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰত নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়

উক্ত অনুষ্ঠানত সমষ্টিটোৰ অন্তৰ্গত এন ডি এ মিত্ৰজোঁটৰ প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতত

ড° তপন দাসক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দলীয় ভাৱেও তেওঁক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

ডিমৰীয়া বিধান পৰিষদৰ সভাপতি শ্ৰী শ্ৰীকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৱনিৰ্বাচিত বিধায়ক ড ° তপন দাসে কয় যে ডিমৰীয়া বিধানসভা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰি ৰাইজে যি মৰম শ্নেহ দিলে সেই মৰম শ্নেহ সমূহ আগলৈয়ো থাকে তাৰ বাবে ৰাইজক আহ্বান জনায় ।

ডিমৰীয়া বিধান পৰিষদৰ সভাপতি শ্ৰী শ্ৰীকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা , ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি , প্ৰাক্তন বিধায়ক অতুল বৰা , কামৰূপ মহানগৰ জিলাৰ বিজেপি দলৰ সভাপতি তপন চন্দ্ৰ দাস অগপ দলৰ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি ৰাজখোৱা , ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাং ৰ প্ৰমূখ্যে মিত্ৰজোঁটৰ বহু নেতা কৰ্মীসকল । আনহাতে ডিমৰীয়া বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ দলীয় নেতা পালিনেতা সকলোকে ড° তপন দাসে বিজয়ীৰ উপহাৰ স্বৰূপে একোখন গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।

উল্লেখযোগ্য যে সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভণিৰ পূৰ্বে শ্বহীদ তৰ্পণ কৰা হয় । ইয়াৰ পিছতে সমবেত সংগীত পৰিবেশন কৰে ডিমৰীয়া মহিলা পৰিষদৰ সদস্যা সকল

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande