মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনলৈ চোচা এটা প্ৰকাণ্ড গঁড়ৰ
বাক্সা, ১৭ মে (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। দুখনকৈ পৰ্যটকৰ বাহনত আক্ৰমণ এটা প্ৰকাণ্ড গঁড়ৰ। মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো। বাহন দুখনৰ চালকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰ্যটকৰ দল দুটাৰ। বাঁহবাৰী ৰেঞ্জত
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনলৈ চোচা এটা প্ৰকাণ্ড গঁড়ৰ


বাক্সা, ১৭ মে (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। দুখনকৈ পৰ্যটকৰ বাহনত আক্ৰমণ এটা প্ৰকাণ্ড গঁড়ৰ। মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো। বাহন দুখনৰ চালকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰ্যটকৰ দল দুটাৰ। বাঁহবাৰী ৰেঞ্জত সংঘটিত এই শিহৰণকাৰী ঘটনা।

ইয়াৰ পুৰ্বেও মানাহ ৰাষ্ট্ৰীয় উদ্য়ানত পৰ্যতকৰ বাহনৰ ওপৰত প্ৰকাণ্ড গঁড়ে চোচা লোৱাৰ ঘটনা সংঘটিত হৈছে। অৱশ্য়ে প্ৰতিবাৰে চালকৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰ্যটকৰ দল দুটাৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande