ধুবুৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী
ধুবুৰী, ১৭ মে (হি.স.)। ধুবুৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী। মূল্য বৃদ্ধিয়ে সচেতন ৰাইজ তথা সাধাৰণ জনতাক মাধমাৰ সোধাইছে। ২৬ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ মন্তব্য সাধাৰণ ৰাইজৰ। পেট্ৰল- ডিজে
ধুবুৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী


ধুবুৰী, ১৭ মে (হি.স.)। ধুবুৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী। মূল্য বৃদ্ধিয়ে সচেতন ৰাইজ তথা সাধাৰণ জনতাক মাধমাৰ সোধাইছে।

২৬ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ মন্তব্য সাধাৰণ ৰাইজৰ। পেট্ৰল- ডিজেল, ইন্ধনৰ দাম বৃদ্ধিৰ সমান্তৰালভাৱে নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হোৰা হোৰে বৃদ্ধি পাইছে ধুবুৰীৰ চক বজাৰত।

এইক্ষেত্ৰত বজাৰ কৰিবলৈ অহা সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ। অসম চৰকাৰৰ যোগান বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ধুবুৰীৰ সাধাৰণ ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande