তিনিচুকীয়া জিলাৰ বিভিন্ন বজাৰত খাদ্য সামগ্ৰীৰ অত্যাধিক মুল্য় বৃদ্ধিত ৰাইজ জুৰুলা
তিনিচুকীয়া, ১৭ মে (হি.স.)। ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ অত্য়াধিক মুল্য় বৃদ্ধিৰ ফলত তিনিচুকীয়া জিলাৰ বিভিন্ন বজাৰত সাধাৰণ লোকৰ প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গাখীৰ, কণী,চাউলৰ দাম বৃদ্ধিৰ সামান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে ব্ৰয়লাৰ
তিনিচুকীয়া জিলাৰ বিভিন্ন বজাৰত খাদ্য সামগ্ৰীৰ অত্যাধিক মুল্য় বৃদ্ধিত ৰাইজ জুৰুলা


তিনিচুকীয়া, ১৭ মে (হি.স.)। ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ অত্য়াধিক মুল্য় বৃদ্ধিৰ ফলত তিনিচুকীয়া জিলাৰ বিভিন্ন বজাৰত সাধাৰণ লোকৰ প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গাখীৰ, কণী,চাউলৰ দাম বৃদ্ধিৰ সামান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে ব্ৰয়লাৰ মুৰ্গীৰ দানাৰ দামো। প্ৰতি বস্তা দানাত ৩০ ৰ পৰা ৩৫ টকালৈ দাম বৃদ্ধি হোৱাৰ ফলত বৰ্তমান ব্ৰয়লাৰ মাংসৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

চৰকাৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰি সৰ্বসাধাৰণৰ মুৰত ৰাম টাঙোন শোধোৱা কাৰ্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande