পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ জালত দুধর্ষ ডকাইত
কোকৰাঝাৰ , ১৭ মে (হি.স.)। পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ জালত দুধর্ষ ডকাইত। পশ্চিম বংগৰ জলপাইগুড়িৰ পৰা আটক ডকাইটোক। ধৃত ডকাইতটোৰ নাম দ্বীপ গোৱালা। যোৱা ফেব্ৰুৱাৰী মাহত বগৰীবাৰী এছ বি আই শাখাত শাঘটিত হৈছিল ডকাইতি কাণ্ড। এই ডকাইতি কাণ্ডৰ মূল মাষ্টৰ ম
পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ জালত দুধর্ষ ডকাইত


কোকৰাঝাৰ , ১৭ মে (হি.স.)। পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ জালত দুধর্ষ ডকাইত।

পশ্চিম বংগৰ জলপাইগুড়িৰ পৰা আটক ডকাইটোক। ধৃত ডকাইতটোৰ নাম দ্বীপ গোৱালা।

যোৱা ফেব্ৰুৱাৰী মাহত বগৰীবাৰী এছ বি আই শাখাত শাঘটিত হৈছিল ডকাইতি কাণ্ড।

এই ডকাইতি কাণ্ডৰ মূল মাষ্টৰ মাইণ্ড এইজন দ্বীপ গোৱালা।

বগৰীবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ডকাইত জন মাৰাথন জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande