পৰ্বতঝোৰাৰ চিষ্টিঝোৰাত এখন জৰাজীৰ্ণ বাঁহৰ দলংয়ে জিয়াতো ভুগাইছে স্থানীয় ৰাইজক
কোকৰাঝাৰ, ১৭ মে (হি.স.)। পৰ্বতঝোৰাৰ চিষ্টিঝোৰাত এখন জৰাজীৰ্ণ বাঁহৰ দলংয়ে জিয়াতো ভুগাইছে স্থানীয় ৰাইজক।জৰাজীৰ্ণ বাঁহৰ দলং খনেৰে নিতৌ মৰণক শৰণ কৰি বিপদ সংকল ভাবে যাতায়ত কৰিব লগীয়া হয় শ শ পথচাৰীৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ। চেঁচাপানী- ছিষ্টিঝোৰা মুল সং
পৰ্বতঝোৰাৰ চিষ্টিঝোৰাত এখন জৰাজীৰ্ণ বাঁহৰ দলংয়ে জিয়াতো ভুগাইছে স্থানীয় ৰাইজক


কোকৰাঝাৰ, ১৭ মে (হি.স.)। পৰ্বতঝোৰাৰ চিষ্টিঝোৰাত এখন জৰাজীৰ্ণ বাঁহৰ দলংয়ে জিয়াতো ভুগাইছে স্থানীয় ৰাইজক।জৰাজীৰ্ণ বাঁহৰ দলং খনেৰে নিতৌ মৰণক শৰণ কৰি বিপদ সংকল ভাবে যাতায়ত কৰিব লগীয়া হয় শ শ পথচাৰীৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ।

চেঁচাপানী- ছিষ্টিঝোৰা মুল সংযোগী পথ চোৱাত বাৰিষা কালত অঞ্চলবাসী ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে পাৰাপাৰ হৈছে যদিওঁ আজিলৈ কোনো এখন চৰকাৰ বা জনপ্ৰতিনিধিৰ সু দৃষ্টি নপৰিল এই অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থাৰ দুখ দুৰ্দশাৰ।নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ বা জনপ্ৰতিনিধিক দলং বিচাৰি আৱেদন কৰে যদিওঁ সকলো নেতাই আশ্বাস প্ৰধান কৰিলেও নিৰ্বাচনৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণতি হয় বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে।সেয়ে অসম চৰকাৰ তথা বিটিচি চৰকাৰক এখন দলং নিৰ্মাণ কৰি দিবলৈ কাতৰ অনুৰোধ জনায় অঞ্চকবাসী ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande